অসম

সোণৰ নাওসহ দিছপুৰত আটক যুৱক

Asomiya Pratidin
  • সোণৰ নাওসহ দিছপুৰত আটক যুৱক ।

  • জনতা ভৱনৰ সমীপৰ পৰা কিছু সময় পূৰ্বে এখন সোণৰ নাওসহ আটক যুৱকজন ।

  • আটকাধীন যুৱকজনৰ নাম শ্যাম কুমাৰ ।

  • তথ্য অনুসৰি শ্যাম কুমাৰৰ ঘৰ বিহাৰত ।

  • মহানগৰীৰ বেলতলাৰ এক ভাৰাঘৰত বাহৰ পাতি বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত কৰি আহিছিল যুৱকজনে ।

  • আজি গোপন সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় দিছপুৰ থানাৰ আৰক্ষী ।