অসম

মৰিয়নিত নদীত গা ধুবলৈ গৈ নিখোজ যুৱক

asomiyapratidin
  • মৰিয়নিৰ ভোগনৈ নৈত অঘটন।
  • নদীত গা ধুবলৈ গৈ নিখোজ যুৱক।
  • সোমবাৰে সংঘটিত হয় এই ঘটনা।
  • নিখোজ যুৱকজন হোনোৱাল চাহ বাগিছাৰ পাটন কছাৰী বুলি জানিব পৰা গৈছে।
  • যুৱকজনৰ সন্ধানত এচ ডি আৰ এফৰ অভিযান।
  • ভোগদৈ নৈত সলিল সমাধি ঘটাৰ শংকা কৰা হৈছে যুৱকজনৰ।