অসম

মহানগৰীত কৰ্তব্যৰত যান-বাহন আৰক্ষীক প্রহাৰ মেজিক চালকৰ

Asomiya Pratidin
  • পাঞ্জাবাৰীৰ ভি আই পি ৰোডত ভয়ংকৰ ঘটনা।

  • কৰ্তব্যৰত যান-বাহন আৰক্ষীক প্রহাৰ মেজিক চালকৰ।

  • যান-বাহনৰ নিয়ম উলংঘাত বাধা দিয়াৰ বাবেই প্রহাৰ আৰক্ষীক।

  • ৰজত বড়ো নামৰ আৰক্ষী জোৱানজনৰ মুখ আৰু ডিঙিত আক্রমণ।

  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰে আক্রমণকাৰী চালকজনক।