বৰঝাৰ বিমানবন্দৰত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা।বিমানবন্দৰত অভিনেত্ৰীগৰাকীক উষ্ম আদৰণি জনালে অনুৰাগীসকলে।বিমানবন্দৰৰ পৰা পোনে পোনে চিৰাঙলৈ ৰাওনা অভিনেত্ৰীগৰাকী।চিৰাঙত অনুষ্ঠিত হোৱা দৈজিং মেলাত অংশগ্ৰহণ কৰিব মালাইকাই।