- ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
- ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে দিছে কঠোৰ নিৰ্দেশনা।
- দুয়োপালি ভেকচিন লোৱা ব্যক্তিয়েহে মাজুলীত প্ৰৱেশ কৰিব পাৰিব।
- নদীদ্বীপটোত বাধ্যতামূলক মাস্ক, সামাজিক দূৰত্ব বাধ্যতামূলক কৰিছে মাজুলী প্ৰশাসনে।
- অমিক্ৰ'নৰ পৰা মাজুলীক ৰক্ষা কৰাৰ বাবে জিলা প্ৰশাসনে হাতত লৈছে এই কঠোৰ ব্যৱস্থা।