দুৰ্গাপূজাৰ মাজতে মাজুলীৰ প্রশাসনিক ব্যৱস্থাত সাল-সলনি।মাজুলীৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি পুলক মহন্তক।গুৱাহাটী পৌৰ নিগমত অতিৰিক্ত আয়ুক্ত হিচাপে কৰ্মৰত আছিল মহন্ত।মাজুলীৰ পূৰ্বৰ উপায়ুক্তক বিক্রম কৈৰীক P&RDৰ আয়ুক্ত নিযুক্তি।