মাজুলীৰ ফুলনিত ভয়ংকৰ হত্যা কাণ্ড।অনন্ত শইকীয়া নামৰ এজন লোকক হত্যা।ইফালে, গুৰুতৰভাৱে আহত আন এজন লোক।আহত দিলীপ দত্তক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।আনহাতে, হত্যাৰ অভিযোগ উত্থাপন হৈছে সত্যজিৎ দত্তৰ বিৰুদ্ধে।