অসম

মাজুলীত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া, আতংকিত নৈপৰীয়া ৰাইজ

asomiyapratidin
  • মাজুলীত লুইতত ভয়াৱহ গৰাখহনীয়া।
  • খহনীয়াত জাহ গৈছে মিচামৰাৰ ৬টাকৈ পৰিয়ালৰ বাসগৃহ।
  • খহনীয়াৰ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।
  • ঘৰৰ সা-সামগ্ৰীসমূহ লৈ ৰাইজ ঢাপলি মেলিছে নিৰাপদ স্থানলৈ ।