অসম

অনলাইন টিকট লৈ মাজুলীবাসীৰ ফেৰীৰে যাত্ৰা…

asomiyapratidin
  • আজিৰ পৰা অনলাইন টিকট লৈ ফেৰীৰে যাত্ৰা মাজুলীবাসীৰ।
  • অনলাইন এপ যোগে টিকট ক্ৰয় কৰিছে যাত্ৰীয়ে।
  • চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে ৰাইজে।
  • কাইন্টাৰত টিকটৰ বাবে আৰু শাৰী পাতিব নালাগে যাত্ৰীয়ে।