অসম

মাজুলীৰ বিশিষ্ট বৈষ্ণব পণ্ডিত দ্ৰোণ ভাগৱতীৰ বিয়োগ..

asomiyapratidin
  • মাজুলীৰ বিশিষ্ট বৈষ্ণব পণ্ডিত দ্ৰোণ ভাগৱতীৰ বিয়োগ।
  • গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালে মঙ্গলবাৰে পুৱা তেওৰ মৃত্যু হয়।
  • মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল ভাগৱতী।
  • মঙ্গলবাৰে পুৱতি নিশা গুৱাহাটীস্থিত পুত্ৰ গৃহৰ পৰা হাস্পতাললৈ নিয়া হৈছিল।
  • মৃত্যুৰ সময়ত ভাগৱতীৰ বয়স আছিল ৯৩ বছৰ।