আজি মাঘ বিহুৰ উৰুকা।ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীৰ আনন্দ।উৰুকাক লৈ ৰাজ্যৰ বজাৰত ভিৰ গ্ৰাহকৰ।উৰুকাৰ বজাৰত চিতল, বাহু, আঁৰি, বৰালি।মাছ কিনিবলৈ পুৱাই বজাৰ ভিৰ কৰে গ্ৰাহকে।পৰিয়াল, বন্ধু-বাৰ্গৰ সৈতে একেলগে এসাজ খোৱাৰ প্ৰস্তুতি।