- শিক্ষা বিভাগৰ অভিধানত ইতিহাস হ'ল মাদ্রাছা শিক্ষা।
- চৰকাৰী শিক্ষানু্ষ্ঠানৰ নামৰ লগত সন্নিবিষ্ট নহয় মাদ্রাছা শব্দ।
- নাথাকিব ফিকাহ আকাইদ আৰু এৰাবিক বিষয়ৰ পাঠ্যপুথি।
- শিক্ষা বিভাগৰ এক বিধেয়কৰ জৰিয়তে বিলুপ্ত কৰা হ'ল মাদ্রাছা শিক্ষা।
- ৰাজ্যৰ মুঠ ১১১ খন মাদ্রাছা শিক্ষানুষ্ঠানৰ নাম হ'ব সলনি।