অসম

এনএলএফবিৰ মুৰব্বী এম বাথাৰ আত্মসমৰ্পণ…

asomiyapratidin
  • এম বাথাই কৰিলে আত্মসমৰ্পণ।
  • ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত আত্মসমৰ্পণ কৰিলে বাথাই।
  • লগতে আন কেইবাজনো এনএলএফবি সদস্যৰ আত্মসমৰ্পণ।
  • বাথাক মূলখুটিলৈ ঘূৰি অহাত আদৰণি জনাইছে গাঁওবাসীয়ে।
  • ইতিমধ্যে লালপানী আৰক্ষী থানালৈ নিয়া হৈছে এম বাথাক।