অসম

অসুস্থ লুৰীণজ্যোতি গগৈৰ মাতৃ, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাওনা…

asomiyapratidin
  • সোমবাৰে অসুস্থ হৈ পৰে লুৰীণজ্যোতি গগৈৰ মাতৃ।
  • লুৰীণজ্যোতি গগৈৰ মাতৃৰ প্ৰেছাৰ ষ্ট্ৰ'ক হোৱা বুলি জানিব পৰা গৈছে।
  • বৰ্তমানে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ গৈছে তেওঁক।
  • সকলো কাৰ্যসূচী বাদ দি ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰিছে লুৰীণজ্যোতি গগৈয়ে।