অসম

লুৰীণজ্যোতি গগৈ হ’ল অসম জাতীয় পৰিষদৰ সভাপতি…

asomiyapratidin
  • গঠন হ'ল অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটী।
  • এজেপিৰ সভাপতি পদত লুৰীণজ্যোতি গগৈ।
  • অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ খবৰে সঁচা হ'ল।
  • এজেপিৰ উপসভাপতি পদত ১১ গৰাকীক নিযুক্তি দিয়া হৈছে।
  • জগদীশ ভূঞাক এজেপিৰ সাধাৰণ সম্পাদক ৰূপে নিযুক্তি প্ৰদান।