অসম

লামডিঙত অৱসৰপ্রাপ্ত সেনা জোৱানৰ পৰা চোৰে লুটিলে লাখ টকাৰ সামগ্ৰী...

Asomiya Pratidin
  • লামডিঙত দিন দুপৰতে চোৰৰ উপদ্রৱ।

  • লামডিং মহাবিদ্যালয়ৰ সমীপত সংঘটিত এই ঘটনা।

  • এজন অৱসৰপ্রাপ্ত সেনা জোৱানৰ পৰা চোৰে লুটিলে ১.৪০ লাখ টকা।

  • অৱসৰপ্রাপ্ত জোৱানজনে বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি।

  • লোকজনে স্কুটীৰ ভিতৰৰ বাকচত ভৰাই ৰাখিছিল ধনখিনি।

  • চোৰটোৱে কৌশলেৰে স্কুটীৰ ভিতৰৰ পৰা লুট কৰে ধনখিনি।

  • ৰাইজে তৎপৰতাৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয় চোৰটোক।

  • ধৃত চোৰটো গুৱাহাটীৰ মুনিয়া দাস বুলি চিনাক্ত।

  • ৰাইজে আৰক্ষীক চমজায় দিয়ে ধৃত চোৰটোক।