- লামডিং ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ ধন জব্দ।
- জি আৰ পিয়ে ৪৭ লাখ টকাসহ আটক কৰে এজনক।
- নামনিমুৱা ডিব্ৰুগড়-ৰঙিয়া ৰেলখনত জিআৰপিয়ে তালাচী চলাই উদ্ধাৰ কৰে এই ধনখিনি।
- বিকাশ চাহু নামৰ যুৱকজনে নাজিৰাৰ পৰা গুৱাহাটীলৈ লৈ গৈছিল ধনখিনি৷
- বৰ্তমান বিকাশ সাহুক লামডিং জি আৰ পিয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷