অসম

লামডিঙত প্ৰথমজন লোকৰ দেহত কোৰোনা ভাইৰাছ…

asomiyapratidin
  • লামডিঙবাসীলৈ বেয়া খবৰ।
  • লামডিঙৰ প্ৰথমজন কোৰোনাত আক্ৰান্ত যুৱক চিনাক্ত।
  • লামডিঙ মাৰুতী নন্দ হোটেলত কোৱাৰেন্টাইনত আছিল যুৱকজন।
  • ১৪ দিনৰ পাছত মঙলবাৰে হোটেলৰ পৰা নিজৰ ঘৰলৈ গৈছিল।
  • যুৱক জনৰ বুধবাৰে ফলাফল কোভিড-১৯ পজিটিভ আহে।
  • যুৱকজন মুম্বাইৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।
  • লামডিঙৰ দক্ষিণ লামডিঙ দুৰ্গা কলনীৰ ৱাৰ্ড নং ১৩ নিৱাসী ৩৫ বছৰীয়া যুৱক নিৰুপম পুৰুকাস্ত।