- সমাজিক মাধ্যমত ভাইৰেল হোৱা মন্ত্ৰীৰ বিভাগ বিতৰণৰ তালিকা শুদ্ধ নহয় ।
- এতিয়ালৈকে বিভাগ বিতৰণৰ সন্দৰ্ভত কোনো জাননী প্ৰকাশ হোৱা নাই ।
- ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে একাধিক বিতৰণৰ তালিকা ।
এই তালিকা সঁচা নহয় -ৰঞ্জিত দাস
- এই কথা অস্বীকাৰ বিজেপিৰ ৰাজ্যিক সভাপতি তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসৰ ।
- ৬ মাহলৈকে ৰঞ্জিত দাস দলৰ সভাপতি হৈ থাকিব বুলিও মন্তব্য কৰে ।
- সৰ্বানন্দ সোণোৱাল সন্দৰ্ভতো মন্তব্য কৰিলে দাসে ।
- ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক সংস্থাপন কৰাৰ সন্দৰ্ভত ল'ব সিদ্ধান্ত ।