অসম

মহানগৰীত অধিবক্তাৰ প্ৰতিবাদ...

Asomiya Pratidin
  • মহানগৰীত অধিবক্তা সন্থাৰ প্ৰতিবাদ

  • প্ৰতিবাদত বহিল শতাধিক অধিবক্তা

  • আদালত স্থানান্তৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

  • কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ অস্থায়ীভাৱে স্থানান্তৰৰ সিদ্ধান্ত বাতিল কৰাৰ আহ্বান

  • এই সিদ্ধান্তই ন্যায় ব্যৱস্থাত জঠৰতা কঢ়িয়াই আনিব বুলি মন্তব্য অধিবক্তা সন্থাৰ