- বৃহৎ কুটাঘাতৰ পৰা ৰক্ষা পৰিল কোকৰাঝাৰ ।
- নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰত বৃহৎ মাৰণাস্ত্ৰ উদ্ধাৰ ।
- কোকৰাঝাৰৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শৰাইবিলৰ বালুঝোৰা অৰণ্যত পৰা উদ্ধাৰ বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ ।
- জংঘলত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ অস্ত্ৰখিনি ।
- উদ্ধাৰ দুটা একে ৫৬ ৰাইফল , ২ টা মেগজিন , ৪২ জাঁই সজীৱ গুলী , মেগজিনসহ এটা ৯এমএম পিষ্টল ।
- কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সংবাদমেল যোগে সদৰি কৰিলে উক্ত তথ্য।