মহানগৰীৰ পল্টনবজাৰত বৃহৎ পৰিমাণৰ ব্রাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে ।আৰক্ষীয়ে ব্রাউন ছুগাৰৰ ১১টা পেকেট জব্দ কৰে ।দুগৰাকী মহিলাক আটক আটক কৰে ।মণি কুমাৰ চুব্বা ভৱনত বাহৰ পাতিছিল আটকাধীন মহিলা দুগৰাকীয়ে