অসম

লংকাত অঘটন! ৰেলৰ পৰা সৰি পৰিল যাত্ৰী ,কাটি গ'ল ভৰি...

Asomiya Pratidin
  • লংকাৰ ৪নং ৱাৰ্ডৰ সমীপৰ ৰে’ল পথত দুৰ্ঘটনা।

  • নামনিমুৱা ৰঙিয়া এক্সপ্রেছৰ পৰা সৰি পৰিল এজন যাত্রী।

  • ৰে’লখনৰ চেপাত কাটি গ’ল যাত্রীজনৰ এখন ভৰি।

  • এতিয়াও চিনাক্ত হোৱা নাই দুৰ্ঘটনাগ্রস্ত লোকজন।

  • লংকা ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনক।