মঙলবাৰে ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান ৪৬ সংগঠনৰসৰ্বাত্মক প্ৰভাৱ পৰিছে লাহৰীঘাটৰ ভূৰাগাঁৱতো।টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থকৰ।আৰক্ষী উপস্থিত হৈ বন্ধ সমৰ্থকে জ্বলোৱা টায়াৰ আঁতৰাই ৰাজপথৰ পৰা।