অসম

নগাঁও জিলাৰ ৰাঙলুত উত্তেজনা, VIDEO

asomiyapratidin
  • নগাঁও জিলাৰ ৰাঙলুত উত্তেজনা।
  • ৰাঙলুৰ উৰিযাগ্ৰাণ্ট টুবুকিৰ চামচুল হক নামৰ লোকজনৰ ঘৰৰ পৰা সোনৰ গহনা আৰু লক্ষাধিক টকা লৈ উধাও মহিলা।
  • ৰাঙলুৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্থানীয় লোক আৰু গাঁওৰক্ষী বাহিনীযে আটক কৰি আৰক্ষীক গতাই মহিলা গৰাকীক।
  • মহিলা গৰাকীৰ ঘৰ বৰভেটিত বুলি জনা গৈছে।