বঙাইগাঁও জিলাৰ অগ্রিম আৱাসত অঘটন।সপ্তম মহলাৰ পৰা পৰিল এজন শ্রমিক।শ্রমিকজনক সংকটজনক অৱস্থাত ভৰ্তি বঙাইগাঁৱৰ লৱাৰ অসম হাস্পতালত।নিৰ্মাণস্থলীত কোনোধৰণৰ সুৰক্ষা নথকাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত উত্তৰ বঙাইগাঁৱৰ আৰক্ষী।