কামপুৰ – বকুলগুৰি সংযোগী পথৰ কুম্ভীৰডুবিত শুকুৰবাৰে নিশা সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা।পথৰ কাষত বাগৰি পানীত পৰিল ট্ৰেক্টৰ।ট্ৰেক্টৰৰ হেঁচাত থিতাতে এজন নিহত।.নিহত লোক জনক ট্ৰেক্টৰ খনৰ চালক বুলি জানিব পৰা গৈছে। চিনাক্ত হোৱা নাই লোকজনৰ পৰিচয়।