অসম

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক

Asomiya Pratidin
  • কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক

  • পুৱতি নিশা ফৰকাটিং আৰক্ষী চকীয়ে আটক কৰে শইকীয়াক

  • ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌস্তৱ মণি গগৈৰ নেতৃত্বত যোৱা বৃহৎ পুলিচৰ দলে আটক কৰি লৈ গৈছে

  • অৱশ্যে এতিয়ালৈকে ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই

  • অচিৰেই কৃষক নেতাজনক মুক্তি দিবলৈ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।