অসম

কলিয়াবৰৰ বেঙেনাআটীত অঘটন:শৌচাগাৰৰ নৱনিৰ্মীত টেংকিৰ গাঁতত সোমাই অক্সিজেনৰ অভাৱত মৃত্যু দুই মিস্ত্ৰীৰ…

asomiyapratidin

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ বেঙেনাআটিত বুধবাৰে সংঘটিত হয় এটি কৰুণ ঘটনা। দ গাঁতত আবদ্ধ হৈ মৃত্যু ঘটে দুজন শ্ৰমিকৰ । নিহত লোক দুজন- কাৱৈমাৰীৰ দিলীপ মণ্ডল, উলুৱনীৰ বুবুল বিশ্বাস। দুয়োজন পেছাত মিস্ত্ৰী। বেঙেনাআটিৰ মহেশ্বৰ বসুমতাৰীৰ ঘৰৰ চৌহদত শৌচাগাৰৰ টেংকিৰ বাবে তৈয়াৰ কৰা গাঁতত সোমাইছিল লোক দুজন। অক্সিজেনৰ অভাৱত লোক দুজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ৷