কলিয়াবৰৰ কুঠৰী-বাঘমাৰিত বাঘৰ আতংক।বাঘমাৰিৰ এটা খাৱৈত সোমাল এটা বাঘ।বৰ্তমানেও মেটেকাৰ তলত আৱদ্ধ হৈ আছে বাঘটো।কাজিৰঙাৰ পৰা ওলাই আহিছিল আৱদ্ধ হৈ থকা ঢেকীয়াপতীয়া বাঘটো।ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক।