কলিয়াবৰৰ ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতিকাণ্ড।বন্দুক দেখুৱাই কাঢ়ি নিয়ে এখন চাৰিচকীয়া বাহন।৫-৬জনীয়া আছিল দুৰ্বৃত্তৰ দলটো।দলটোৱে কাঢ়ি নিলে এখন চাহপাত কঢ়িওৱা বাহন।বাহনখনৰ নম্বৰ AS-03 BC-6300।তিতাবৰৰ পৰা গুৱাহাটীলৈ আহি আছিল বাহনখন।