অসম

কোকৰাঝাৰৰ ভাৰত-ভূটান সীমান্তত উত্তপ্ত পৰিস্থিতি…

asomiyapratidin
  • কোকৰাঝাৰ ভাৰত-ভূটান সীমান্তত উত্তেজনা ।
  • ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা গৰাইবাজাৰত উৰুকাৰ দিনাই গুলীচালনা ।
  • বেদখলকাৰী আৰু বনবিভাগৰ মাজত সংঘাত ।
  • বেদখলকাৰীক প্ৰতিহিত কৰিবলৈ গুলীচালনা ।
  • বন বিভাগৰ বাহন ভাঙি চুৰমাৰ ।
  • ইতিমধ্যে আৰক্ষীৰ বিশাল বাহিনী উপস্থিত ।