- নিষিদ্ধ ঘোষিত KLOৰ বিৰুদ্ধে কঠোৰ কোকৰাঝাৰ আৰক্ষী।
- KLOৰ শীৰ্ষ নেতৃত্বই চৰকাৰৰ সৈতে শান্তি আলোচনাৰ প্রতি আগ্রহী।
- বিপৰীত স্থিতিত পাৰ্থ প্রতীম বৰ্মন ওৰফে বাপ্পা ওৰফে পাৱেল কোচ।
- এই সকল নেতাই আলোচনাৰ প্রক্রিয়া সফল হোৱাটো নিবিচাৰে বুলি মন্তব্য আৰক্ষী অধীক্ষকৰ।
- এনেধৰণৰ নেতাই ধন সংগ্রহ, ধন দাবী পত্র দি সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিছে।
- শান্তি আলোচনাৰ বাবে দুৱাৰ খোলা আছে।
- হিংসাত্মক কাৰ্য-কলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ'ব বুলিও ঘোষণা।
- কোকৰাঝাৰ আৰক্ষী অধীক্ষক প্রতীক বিজয় কুমাৰ থুবেৰ এই মন্তব্য।