অসম

দুই বড়ো যুৱকক এনকাউণ্টাৰ কৰাৰ ঘটনাৰ প্ৰতিবাদঃ ঘোষণা অনুসৰি আজি বন্ধ হৈ থাকিল সমগ্ৰ বি টি আৰ…

asomiyapratidin
  • পুনৰ বন্ধ ঘোষণা বিটিআৰত।
  • বন্ধৰ ফলত স্তব্ধ হৈ পৰিল ওদালগুৰিৰ স্বাভাৱিক জনজীৱন।
  • বিটিআৰ চুক্তিৰ পাছত প্ৰথমবাৰৰ বাবে বন্ধ ঘোষণা।
  • All Bodo People'sৰ নামত ঘোষণা হৈছিল এই ১২ ঘণ্টীয়া বন্ধ।
  • দেওবাৰৰ পৰা বিভিন্ন মাধ্যমযোগে প্ৰচাৰ হৈছিল বন্ধৰ ঘোষণা পত্ৰ।
  • সোমবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই বন্ধ ঘোষণা কৰা হৈছিল।
  • কোকৰাঝাৰত সংঘটিত এনকাউণ্টাৰৰ এই বন্ধ ঘোষণা কৰা হৈছিল।
  • দুগৰাকী বড়ো যুৱকক ভু্ৱা উগ্ৰপন্থী সজাই এনকাউণ্টাৰ কৰাৰ অভিযোগ।
  • বৰ্তমানলৈ ওদালগুৰিত শান্তিপূৰ্ণভাৱে চলি আছে এই বন্ধ।
  • বন্ধৰ পৰা ৰেহাই দিয়া হৈছে শিক্ষানুষ্ঠান আৰু ফাৰ্মাচীসমূহক।