- কোকৰাঝাৰত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মমবাতি প্ৰজ্বলন।
- নিশা ৯ বজাৰ লগে লগে ৯ মিনিটৰ বাবে প্ৰজ্বলন কৰা হয় মমবাতি।
- মমবাতিৰেই 'কৰোনা' লিখি প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ জনালে সঁহাৰি।
https://www.facebook.com/asomiya.pratidin/videos/2677279309162709/
- নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্যসূচী।
- কৰোনাৰ প্ৰতিষেধক আৱিস্কাৰ হোৱাৰ বাবে কামনা কৰাৰ লগতে ৰাজ্যত যাতে অধিক হাৰত এই ভাইৰাছ সংক্ৰমণ নহয় তাৰ বাবে জনালে প্ৰাৰ্থনা।
- অনুষ্ঠানত উপস্থিত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথ ।