কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আজি ঘৃণা দিৱস। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী হাত লৈছে সংগঠনটোৱে। জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা প্ৰতিবাদত ৭০টা সংগঠনৰ সমৰ্থন। মহানগৰীৰ বৰবাৰীত উৰিল ক'লা পতাকা।