অসম

বৰপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পথ অৱৰোধ…

asomiyapratidin
  • বৰপেটাৰ ভেল্লাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পথ অৱৰোধ
  • বৰপেটা-দৌলাশাল-হাজো-গুৱাহাটী সংযোগী পথ অৱৰোধ
  • ভেল্লা অঞ্চলত বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ দাবীত সাৱস্ত্য কৰা হয় এই প্ৰতিবাদ
  • দিনটোৰ ২ ঘণ্টাও বিদ্যুৎ যোগান নোপোৱাৰ অভিযোগ সংগঠনটোৰ
  • কৃষক নেতা অখিল গগৈক মুক্তিৰো দাবী জনাই প্রতিবাদকাৰীসকলে
  • পথ অৱৰোধৰ ফলত সৃষ্টি হয় ব্যাপক যান-জঁটৰ