অসম

গোসাইগাঁৱত মাৰণাস্ত্ৰসহ এজন কেএলঅৰ কেডাৰ আটক

asomiyapratidin
  • শনিবাৰে গোসাইগাঁৱত মাৰণাস্ত্ৰসহ এজন কেএলঅৰ কেডাৰ আটক।
  • সেনা-আৰক্ষীৰ অভিযানত আটক নিৰানন্দ ৰায় ওৰফে নিন্দো নৰেন্দ্ৰ নামৰ কেডাৰজন।
  • কেডাৰজনৰ ঘৰ গোসাইগাঁৱৰ বাবুবিলত।
  • ম্যানমাৰত প্ৰশিক্ষণ লৈছিল কেডাৰজনে।
  • কেডাৰজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পিষ্টলসহ ৫জাঁই গুলী।