khumtai
khumtai 
অসম

খুমটাইৰ গোসাঁইচাপৰিত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত গঞা...

Asomiya Pratidin
  • খুমটাইৰ গোসাঁইচাপৰিত গঁড়ৰ মুক্ত বিচৰণ।

  • যোৱা কিছুদিন ধৰি অঞ্চলটোত উপদ্রৱ চলাই আহিছে এটা গঁড়ে।

  • গঁড়টোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ বন বিভাগৰ লোকে চেষ্টা অব্যাহত ৰাখিছে।

  • গঁড়টোৰ মুক্ত বিচৰণত এতিয়া আতংকিত হৈ পৰিছে গঞা।