অসম

কেৰালাত ৰে’লৰ খুন্দাত মৃত্যু অসমৰ যুৱক

asomiyapratidin
  • কেৰালাত মৃত্যু অসমৰ এজন যুৱকৰ।
  • ৰে'লৰ খুন্দাত মৃত্যু হয় গোলাঘাটৰ সৰুপথাৰৰ এজন যুৱক।
  • যুৱক জনৰ নাম ৰঞ্জিত ভূমিজ।
  • বুধবাৰে কেৰালাৰ পলক্কাডত সংঘটিত হৈছিল এই দুৰ্ঘটনা।