কৰিমগঞ্জ

মছজিদলৈ যোৱাৰ পথত ডাম্পাৰৰ খুন্দাত নিহত শিশু

Asomiya Pratidin
  • কৰিমগঞ্জৰ একলাবাড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • তীব্র বেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এটি শিশু।

  • শুকুৰবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • অসম-ত্রিপুৰা সংযোগী ৮নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা।

  • নিহত শিশুটিৰ বয়স ১০-১২ বছৰ মান হ'ব।

  • শিশুটি মছজিদলৈ যোৱাৰ পথত সংঘটিত এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাক কেন্দ্র কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।