অসম

কৰিমগঞ্জত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৩

asomiyapratidin
  • কৰিমগঞ্জত পথ দুৰ্ঘটনাই প্ৰাণ ল'লে এজন লোকৰ।
  • জিলাখনৰ ছলগৈত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল এখন ৱেগনাৰ বাহন।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় বাহনখনৰ চালক।
  • গুৰুতৰভাৱে আহত ৩জন যাত্ৰী।
  • আহত কেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।