অসম

কৰিমগঞ্জত ৫ বছৰীয়া শিশুক বলাত্‍কাৰ

asomiyapratidin
  • কৰিমগঞ্জৰ সংঘটিত হৈছে জঘন্য ঘটনা।
  • কাহৰিয়াত ৫ বছৰীয়া শিশুক বলাত্‍কাৰ।
  • সহদেৱ দাস নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ।
  • ঘটনাৰ পিছতে পলায়ন কৰে লোকজনে।
  • ইফালে কৰিমগঞ্জৰ সদৰ থানাত ঘটনা সংক্ৰান্তত ৰুজু হৈছে গোচৰ।
  • লোকজনক শীঘ্ৰে শাস্তি বিহাৰ দাবী ৰাইজৰ।