অসম

কৰিমগঞ্জৰ জিলা কাৰাগাৰত ২২ গৰাকী কয়দী অসুস্থ

Asomiya Pratidin
  • কৰিমগঞ্জৰ জিলা কাৰাগাৰত ২২ গৰাকী কয়দী অসুস্থ।

  • অসুস্থ কয়দীকেইগৰাকীক কৰিমগঞ্জৰ চিভিল হাস্পতালত ভৰ্তি।

  • বৃহস্পতিবাৰে অসুস্থ হৈ চিকিৎসাধীন হৈছিল ৯গৰাকী কয়দী।

  • চাৰিদিন ধৰি অনশনত আছিল কয়দীকেইগৰাকী।

  • নিজকে নিৰ্দোষী প্রমাণ কৰিবলৈ জামিন আবেদন কৰিছিল কয়দীসকলে।

  • জামিন লাভ নকৰাত কাৰাগাৰতে অনশনত বহে কয়দীসকল।