কাৰ্বি আংলং আৰক্ষীৰ সফলতা। ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে পুনৰ জব্দ কৰিলে বৃহত পৰিমানৰ হেৰোইন।আৰক্ষীয়ে জব্দ কৰিলে ১ কিলোগ্ৰামতকৈয়ো অধিক হেৰোইন।হেৰোইনখিনিৰ লগতে আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰীক।