কাৰ্বি-আংলং

খেৰণিত অঘটনঃ বজ্ৰপাত পৰি নিহত এজন

Asomiya Pratidin
  • পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অঘটন।

  • বজ্ৰপাতত থিতাতে নিহত হয় দিখ্ৰেঙবস্তিৰ পিন্টু চৌহান (১৮) নামৰ এজন যুৱক।

  • পথাৰৰ পৰা ঘৰলৈ গৰু আনি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

  • বজ্ৰপাতত চোলা, পেন্ট আৰু শৰীৰৰ বিভিন্ন অংশ অগ্নিদগ্ধ হৈ যুৱকজনৰ মৃত্যু হয়।

  • এই ঘটনাৰ পিছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।