ei muhurtar khabar
ei muhurtar khabar  
কাৰ্বি-আংলং

এইবাৰ প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ বিজেপি নেত্ৰী

Asomiya Pratidin
  • কাৰ্বি আংলঙত গ্রেপ্তাৰ বিজেপি নেত্রীক

  • প্ৰৱঞ্চনাৰ গোচৰত গ্রেপ্তাৰ বিজেপি নেত্রী মুন ইংতিপী

  • চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্রহৰ অভিযোগ

  • ২৪ গৰাকী নিবনুৱাৰ পৰা সংগ্রহ কৰিছিল ১.৫২ কোটি টকা

  • মুন ইংতিপী কাৰ্বি আংলঙৰ বিজেপি কিষাণ মৰ্চাৰ সম্পাদিকা

  • ভুক্তভোগীৰ গোচৰৰ ভিত্তিত গ্রেপ্তাৰ বিজেপি নেত্রীগৰাকীক

  • মুখ্যমন্ত্রী আৰু CEM তুলীৰাম ৰংহাঙৰ নামত ধন সংগ্রহ

  • গোচৰ ৰুজু হোৱাৰ পিছতে বিষয়বাবৰ পৰা বৰ্খাস্ত মুন ইংতিপীক