দেওবাৰে কাৰ্বি আংলঙৰ মাঞ্জাত তেজপুৰ আৰক্ষীৰ অভিযান।অভিযানত উদ্ধাৰ চুৰি টাটা ছুম'সহ ২ দুৰ্ধৰ্ষ গাড়ী চোৰ।তেজপুৰৰ বাটামাৰীৰ পৰা পুৱতি নিশা চুৰি কৰিছিল বাহনখন।ধৃত গাড়ী চোৰ দুটা ক্ৰমে- ফৈজউদ্দিন মজুমদাৰ আৰু মহম্মদ চৈয়বউদ্দিন।