অসম

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচন হ’ব…

asomiyapratidin
  • আজি বৃহস্পতিবাৰে ঘোষণা হ'ব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন।
  • ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন।
  • দিনৰ ১২ বজাত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন।
  • কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ আসনৰ সংখ্যা ২৬ খন।