অসম

বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ

asomiyapratidin
  • বন্তি শইকীয়া, আজিত শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ।
  • কাজিৰঙাৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ'ল কংকনজ্যোতিক।
  • বন্তি শইকীয়াৰ সৈতে ২২ মে'ত দিল্লীৰ পৰা উভতিছিল কংকন।
  • দিল্লীত প্ৰথম কংকনৰ কোভিড-১৯ পজিটিভ পাইছিল।
  • সুস্থ হোৱাৰ পাছত উভতিছিল অসমলৈ।